Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অধ্যায় ৯ - যীশুৰ ক্রচবিদ্ধ হোৱো

    ভগবানৰ পুত্ৰক ক্রচবিদ্ধ হোৱাৰ বাৱে মানুহ সকলৰ ওপৰত অৰ্পণ কৰা হল। বেদনা আৰু যাতনাৰ যোগে দি তেওঁ অতি দূর্বল হৈ পৰিছিল। তেওঁৰ ওপৰত তেওঁলোকে থৈ দিছিল গধুৰ ক্রচটো যিটোৰে তেওঁক পিচলৈ মাৰি পেলোৱাটো স্থিৰ হৈছিল। তিনি বাৰকৈ এই বোজাটো তেওঁৰ ওপৰত জাপি দিয়াত প্রতিবাৰেই তেওঁ অবসন্ন হৈ পৰিছিল। তাৰপিচত তেওঁলোকে যীশুৰ ওপৰত বিশ্বাস কৰা এজন শিষ্যকে ধৰি তাকেই ক্রশটো শেষ বিন্দুলৈ কঢ়িয়াই আনিব দিছিল। এই কাৰ্য্যবোৰৰ চোৱাচিতা ক্ৰৰ বাৱে দূত সকলৰ দলকেইটাক ঠাইখনৰ ওপৰত হৈছিল। GCam 35.1

    তেওঁৰ বেছিৰ ভাগ শিষ্য সকলে তেওঁক অনুসৰণ কৰি আছিল। আনন্দেৰে ন হয়, বৰ দুঃখেৰে, সিহতে লাহে লাহে, হতাশা ভীতহৈ তেওঁক অনুসৰণ কৰিছিল, যাৰ সন্মান আৰু বিনয় হেৰুৱায় গৈ মৃত্যু মুখলৈ পৰিব ধৰিছিল।তাতে বৈ থকা যীশুৰ মাকৰ বুকু বিন্ধি গৈছিল ক্রোধেৰে, যিটো অকল মাত্ৰ এজনী মাকেই বুজিব পাৰে। তেওঁ এতিয়াও আশা কৰিছিল শিষ্য সকল্পৰ সৈতে যে তেওঁৰ পুত্ৰৱে আশ্চৰ্য্য ঘটনাৰে নিজকে হত্যাকাৰীৰ পৰা উদ্ধাৰ কৰিব। বিন্ধাটো তৈয়াৰ ৰাৰ পাচত তেওঁলোকে যীশুক ক্রচটোক ওপৰত শুই দিছিল। তাৰ পিচত তেওঁলোক তেওঁৰ হাত খন গজালেৰে কাঠৰ হাতলত লগোৱা আছিল। তেতিয়া শিষ্য সকলে যীশুৰ মাতৃক দৃশ্যখনৰ পৰা আতঁৰাই নিছিল কাৰণ তেখেতে তেওঁৰ কৰিব নোৱাৰিলে হেতেন। যীশু যাতনাত চিঞৰি আছিল। ভগৱানৰ পুত্ৰৱে সহন কৰি থাকা এই যন্ত্ৰণাত চয়তান উৎফুন্ন হৈ উঠিছিল।GCam 35.2

    তেওঁলোকে যীশুক গজালেৰে বিন্দাৰ পিচত ক্রচটো উঠাই লৈছিল আৰু এইটোক তীব্র বলোৰ মাটিত থকা নির্দিষ্ট ঠাই খনত হেচা মৰাত তেওঁৰ শৰীৰৰ পৰা মাঙহ ডলাই আহিছিল যাৰ ফলত তেওঁ সাংঘাতিক যন্ত্রণা ভোগ কৰিছিল। তেওঁলোকে তেওঁৰ মৃত্যুক কৰি তুলিছিল বৰকৈ লাজলগা। তেওঁলোকে তেওঁৰ লগত তেওঁৰ দুই কাষে দু’জন চোৰকো ক্রুশবিদ্ধ কৰিছিল। সেই দুজনে প্ৰতিৰোধ গঢ়িব চেষ্টা কৰিলেও যীশুৱে নম্ৰভাৱে সমৰ্পণ কৰিছিল। যেতিয়া চোৰহঁতে প্ৰাণদণ্ডকাৰী সকলক অভিশাপ দি আছিল, যীশুৱে যাতনাৰ মাজতে শত্ৰুবিলা বাৱে প্ৰাৰ্থনা জনাই আছিল। অকল শৰীৰৰ যাতনায় নহয়, যীশুৱে সহন কৰিছিল গোটেই পৃথিবী খনৰ পাপ সমূহ। যেতিয়া যীশু ক্রুচটোৰ পৰা ওলমি আছিল, তেতিয়া তাৰ কাষেদি যোৱা কিছু সংখ্যক ব্যক্তিৰে তেওঁক নিন্দা কৰি আছিল। এই বুলি যে তেওঁ নিজেই নিজক ৰক্ষা কৰক, তেওঁ ভগৱানৰ পুত্র হলে ক্রচটোৰ পৰা নামি আহক। চয়তানেও হাবিত খ্রীষ্টৰ বাৱে একেই কথা প্ৰয়োগ কৰিছিল। মুখ্য পুৰোহিত, বয়ঃস্ক আৰু উপদেশক সকলে উপহাসেৰে কৈছিল, তেওঁ যদি ইজৰাইলৰ ৰজা হয় তেনেহলে তেওঁক ক্রচটোৰ পৰা নামিবলৈ দিয়া হওক আৰু সেয়া হলেও আমি তেওঁক বিশ্বাস কৰিব। যীশুৰে ক্রচটোৰ পৰা ওলমি থাকি সেই ভয়াবহ যন্ত্ৰণাৰ মাজতেও তেওঁৰ মাতৃত্ব পাহৰা নাছিল। তেখেতে এই যন্ত্ৰণা দৃশ্য খনৰ পৰা আতঁৰত থাকিব পৰা নাছিল। যীশুৰ শেষ পখান আছিল দয়া আৰু মানবিকতাৰ। তেওঁ এজন দৰ্শৰ দৰে তেওঁৰ দুঃখেৰে ভৰা মাতৃলৈ চাইছিল আৰু তাৰ পিছত তেওঁৰ দৃষ্টি পৰিছিল প্ৰিয় শিষ্য জনৰ ওপৰত। তেতিয়া তেওঁ জনক তেওঁৰ মাতৃ চোৱাৰ কথা কোৱাত জনে তেখেতক তাৰ ঘৰলৈ লৈ গৈছিল।GCam 36.1

    যীশুৱে যাতনাত তৃষ্ণার্ত বোধ কৰিছিল। কিন্তু তেওঁলোকে চিৰিকা আৰু পিত পান কৰিবলৈ দি তেওঁক আৰু অপমানিত কৰিছিল। স্বৰ্গীয় দূত সকলে চাৰ পৰা সীমা লৈ তেওঁলোকৰ অতি প্রিয় অধ্যক্ষৰ ক্রচবিদ্ধ হোৱাৰ ভয়ানক দৃশ্যখন চাইছিল। বেলিও এই ভয়াবহ দৃশ্য খনৰ পৰা আতঁৰি গৈছিল। যীশু উচ্চ স্বৰেৰ কান্দি উঠিছিল। যিটো শুনি হত্যা কাৰী সকলে ভীত হৈ গৈছিল। পৃথিবী খন কঁপি উঠিছিল আৰু ইয়াত সম্পূৰ্ণৰুপে এন্ধাৰ নামি আহিছিল। শিষ্য সকলৰ শেষ আশা খিনিও নিবাপিত হৈ গৈছিল যীশুৰ মৃত্যু যোৱাত।GCam 37.1

    চয়তানে তেওঁৰ এই কাৰ্যত উৎফুল্ল হোৱো নাছিল। আশা কৰিছিল যে মুক্তিৰ পৰিকল্পনা খন ভাঙিব পাৰিব, কিন্তু এয়া গভীৰ ৰূপে লৈ পৰ্যবসিত হৈছিল আৰু এতিয়া যীশুৰ মৃত্যুৰ পিচত, তেওঁবুজিছিল যে তেওঁৰ ও অৱশ্যেই প্ৰাণহেৰুৱাব লাগিব আৰু তেওঁৰ পৰা ৰাজত্বখন লৈ যীশু দিয়া হওঁক। সি তাৰ দূত সকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰিছিল। যত তেওঁলোকে তেওঁলোকেৰ ধূর্ততা আৰু বলেৰে যীশুৰ শিষ্য সকলৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল। তেওঁৰ নিজৰ স্বাক্ষৰ বাৱে যি সকলে খ্রীষ্টৰ তেজেৰে পুনৰুদ্ধাৰ হৈছিল সেই সকলক পাপৰ সৃষ্টিকর্তা লৈ ঘূৰাই আনিব লাগিব আৰু যি সকলে যীশুৰ যোগেদি মুক্তি গ্ৰহণ নকৰে সেই সকল নিজাববীয়াকৈ পাপ গ্ৰহণ কৰিব।GCam 37.2

    কোনো সাংসাৰিক জাকজমক অবিহনেই আছিল যীশুৰ জীবন। কিন্তু পুৰোহিত আৰু বয়ঃক সকলে ভাল পাইছিল আৰাম আৰু সাংসাৰিক খ্যাতি যাৰ বাবে যীশু কঠোৰ আৰু পবিত্র জীবন। তেওঁলোকৰ ওচৰত আছিল বৰকৈ নিন্দনীয়। তেওঁলোকে তেখেতক ঘৃণা কৰিছিল। তেওঁৰ বিনয় আৰু পবিত্ৰতাৰ বাবে। তেখেতক বিচাৰ সভাত শত্ৰুবিলাকে মেৰি ধৰিছিল, যি বিলাকে তেখেত্ৰ তেজৰ বাবে তৃষ্ণার্ত আছিল, কিন্তু দৃঢ় সংকল্প থকা সকলে চিঞৰি উঠিছিল। সকলো স্বৰ্গীয় দূতে তেখেতক তেখেতৰ পথত বিজয় গান, মহানুভৱতা আৰু শক্তিৰে সুৰক্ষা দিব। দুখীয়া দূব্বল, দুর্দশা গ্রস্ত মানুহসকলে গৌৰৱৰৰজাৰ মুখতে থুকি দিছিল, তেতিয়া এই জঘন্য অপমানৰ বাৱে জনতাৰ মাজৰ প্ৰা তদসুৰিক বিজনৰ এটা চিঞৰ উঠিছিল যীশু ক্রচবিদ্ধ হোৱাৰ চিনেৰে তেখেতৰ হাত দু’খন আগ বঢ়াব। তেখেতে নিষ্ঠুৰ এই চিনবোৰৰ সদায় বহন কৰিব। গজলবোৰৰ প্ৰতিখন ছাপেই জনাব মানুহ গৰাকীৰ মহাৰ্ঘ মূল্যৰে পোৱা বিস্ময় আবিৰ্ভাবৰ কথা, তেখেত্ৰ শৰীৰত বর্শা বিন্ধোৱা মানুহ বিলাকে বৰ যাতনাৰে অনুতাপ কৰিব তেখেতৰ শৰীখন হানি ৰাত সিঁহতৰ ভূমিকা থকাৰ বাবে তেখেতৰ হত্যাকাৰী সকলে শিৰোনামাটোৰ দ্বাৰা বৰকৈ ত্যক্ত হৈছিল। কাৰণ তেওঁলোকে তেখেতক সকলো গৌৰব আৰু ৰাজতুল্য ক্ষমতাত থকা দেখিলেই বাধিত হব। তেওঁলোকে তেখেতৰ আগতে উপহাসেৰে কান্দিছিল যেতিয়া তেওঁ ক্রচটোৰ পৰা ওলমি আছিল। ইজাৰাইলৰ ৰজা খ্ৰীষ্টিক ক্রচটোৰ পৰা নামিবলৈ দিয়া যুচুফ, যাতে আমি চাই বিশ্বাস কৰিব পাৰে। তেনেহলে তেওঁলোকে ৰাজতুল্য ক্ষমতা কর্তৃত্বৰ সৈতে তেখেতৰ ফালে দৃষ্টি দিব। এতেকে তেখেতক ইজৰাইলৰ ৰজাহোৱাৰ কোনো প্ৰমাণ দিব লাগিব প্ৰভুৰ নামতে তেখেতে আশীবার্দ ধন্য এই কথাখিনি তেওঁলোকে মানি লবলৈ বাধ্য হব।GCam 38.1

    পৃথিবীৰ কপি উঠী, শিলবোৰৰ ফলে ধৰা, ইয়াত এন্ধাৰ বিষয় যোৱা আৰু যীশুৰ উচ্চৈ স্বৰে ক্রন্দ এই অদ্ভুত ঘটনাবোৰৰ প্রদর্শনে শিষ্য সকলে আশাবোৰৰ দমন কৰি দিছিল। তেওঁলোক ভীত হৈ গৈছিল যে ইহুদী সকলেও তেওঁলোকক বিনাশ কৰিবলৈ বিচাৰিব। শিষ্য সকলে নির্জন ঘটনাবোৰৰ অতিবাহিত কৰিছিল দুখেৰে কাঁদি কাঁদি তেওঁলোকৰ হতাশাৰ বাৱে৷ তেওঁলোকৰ আশাবোধত নিৰ্বাপিত হৈ গৈছিল যাৰ অভ হৈ থোৱাৰ লগে লগে। তেওঁলোকে তেওঁলোক দুখ আৰু হতাশাৰ যীশুৰ প্ৰতাৰক হোৱোলৈ সন্দেহ প্রকাশ কৰিছিল। আনকি তেওঁৰ মাতৃত্ব ও বিশ্বাসত অস্তিতা আহিছিল তেওঁৰ মেচিৱা হোৱাত।GCam 39.1

    শিষ্য সকলে যীশুলৈ হতাশ হলেও তেওঁলোকে তেখেতক ভাল পোৱাৰ উপৰিও শ্ৰদ্ধা আৰু সন্মান কৰিছিল। এৰিমেথিয়াৰ জোচেফ এজন সম্মানিত দিওঁজ হোৱাত তেওঁৰ প্ৰভাৱ আছিল আৰু তেওঁ আছিল যীশুৰ প্ৰকৃত শিষ্য সকলৰ অন্যতম। তেওঁ গোপনে কিন্তু সাহসেৰে পিলাতলে গৈছিল আৰু তাৰ শৰীৰ ভিক্ষা প্ৰাৰ্থনা কৰিছিল। তেওঁ প্রকাশ্যে যাবলৈ সাহস নাছিল, কাৰণ ইহুদী সকলৰ তীব্র ঘৃণা লৈ চাই যে শিষ্য সকলে ভয় কৰিছিল যে সিঁহতে তেওঁলোকক বাধা দিব যীশুৰ লগত এটা সম্মানজনক জিৰণি ঠাই স্থিৰ কৰা লৈ। কিন্তু পিলাতে তেওঁৰ অনুৰোধত মান্তি হৈছিল আৰু তেওঁলোকে ক্রচটোৰ পৰা যীশুৰ শৰীৰটো নমাবলৈ লোৱাত তেওঁলোক দুঃখবোৰৰ ঘূৰি যেন আহিছিল, ইয়াৰ লগে লগে তেওঁলোকে শোক প্রকাশ কৰিছিল তেওঁলোকৰ নিৰূপিত আশাবোৰৰ বাবে। তেওঁলোকে সুকান মৰাপাটৰ কাপোৰেৰে যীশুক মেৰাই লৈছিল আৰু জোচেফে তেওঁক শুৱাই দিছিল তেওঁৰ নতুন কৰত। যীশুৰ বিনয়ী তিৰোতা শিষ্য সকলে তেখেতৰ শৰীৰটো বিচৰালৈ শত্ৰু বিলাক ভয় কৰিলেও স্বৰ্গীয় দূত সকলে অতি উৎসাহৰে যীশুৰ কৰ খনলৈ লক্ষ্য কৰি আছিল। তেওঁলোকে কৰবখন পহৰা দিছিল আৰু আগ্ৰহে আদেশলৈ অপেক্ষা কৰি আছিল যাতে তেওঁলোকে গৌৰৰ ৰজাক তেখেতক বন্দী গৃহৰ পৰা মুক্তি দিয়াত অংশ গ্ৰহণ কৰিব পাৰে।GCam 40.1

    খ্রীষ্টৰ হত্যাকাৰী সকলে ভীত হৈ গৈছিল যে তেখেতে জীৱনলৈ ঘূৰি আহিব পাৰে। তেওঁলোকে পাইলেটৰ ওচৰত তৃতীয় দিন খন লৈ বৰ খনৰ পহৰা ৰখাৰ বাৱে ভিক্ষা প্ৰাৰ্থনা পাইলেটে সশস্ত্র সৈন্যৰ কবৰ খন পহৰা ৰখাৰ বাৱে ভিক্ষা প্ৰাৰ্থনা কৰিছিল পাইলেটে সশস্ত্র সৈন্যৰে কৰ খন পহৰা দিয়াৰ বাৰে তেওঁলোকক সন্মতি প্ৰদান কৰিছিল, যাতে যীশুৰ শিষ্যসকলে তেখেতক লৈ যাব নোৱাৰে আৰু কয় যে তেখতে মৃতাৱস্থাৰ পৰা ঘূৰি আহিছিল।GCam 41.1

    Larger font
    Smaller font
    Copy
    Print
    Contents