Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অধ্যায় ১৯ - দুভোগত অমৰ জীৱননহয়, মৃত্যু

    স্বৰ্গীয় উদ্যানত চয়তানে তাৰে প্ৰতাৰণা আৰম্ভ কৰিল। সি ইভক কলে, তোমাৰ অবশ্যেই মৃত্যু ন হ’ব। আত্মাৰ অমৰত্বৰ ওপৰত এইটোৱে আছিল চয়তানৰ প্ৰথম পাঠ আৰু সি এই প্ৰতাৰণাটো বহণ কৰি অছে সেই সময়ৰ পৰা বৰ্তমানলৈ আৰু এইটো বহর কৰি যাব ঈশ্বৰৰ সন্তানবিলাকৰ কাৰাৰ পৰা মুক্তি পোৱা লৈ। এডাম আৰু ইভে নিষিদ্ধ গছ জোপাত ভাগ ল’লে আৰু তেতিয়া সঞ্জীৱনী গছজোপাৰ চাৰিওকাষে জুলে থকা তৰোয়াল ৰখা হ’ল আৰু সিঁহতক উদ্যানৰ পৰা বহিষ্কাৰ কৰা হ’ল যাতে সিঁহতে সঞ্জীবনী গছটোত ভাগলৈ অমৰ পাপী হৈ যাব নোৱাৰে। সঞ্জীৱনী গাছটো আছিল অমরত্ব স্থায়ী কৰাৰ বাৱে। পূতবিলাকৰ মাজত চলি থকা আলোচনা অনুসৰি ডোমৰ পৰিয়ালত কোনোৱে জ্বলি থকা তৰোয়াল খন অতিক্রম কৰি সঞ্জীৱনী গছটোত ভাগলোৱা নাছিল। এতেকে কোনো অমৰ পাপী নাই। পাপী আত্মাৰ মৃত্যু হ’ব চিৰস্থায়ী। য’ত নে থাকিব কোনো পুনৰুত্থানৰ আশা আৰু তেতিয়া ঈশ্বৰৰ ক্ৰোধে মাৰ যাব।GCam 95.1

    এইটো মোৰ ওচৰত বিস্ময়কৰ আছিল যে চয়তানে ইমান ভালদৰে মানুহক ঈশ্বৰৰ বাণীত বিশ্বাস কৰাবলৈ সফল হ’ব পাৰিলে। দূত জনে ক’লে জীৱন হ’ল জীৱন, যাতনাৰে বা সুখৰে হওক কিন্তু মৃত্যু জাতিৰ দ্বাৰা গ্ৰহণ কৰা হ’ল যাতনা, আনন্দ, ঘৃণা অবিহনে।GCam 95.2

    চয়তানে তাৰ দূতবিলাকক প্ৰতাৰণাটো বিস্তাৰ কৰিবলৈ একে বিশেষ প্রচেষ্টা চলাব ক’লে। যেতিয়া এই ভুল কেথাটো মনুষ্য জাতিৰ দ্বারা গ্ৰহণ কৰা হ’ল আৰু তেওঁলোকে ভাবিল যে মানুহ হৈছে অমৰ, চয়তানে তেওলোকক বিশ্বাস কৰিবলৈ আৰু আগবঢ়াই নিলে যে পাপীৱে অমৰ দুভাগত বাস কৰিব। চয়তানে জানিলে যে এই ভুলটো গ্ৰহণ কৰা হ’লে ঈশ্বৰ ভয়খাব আৰু বহুতোৱে তেখেতক প্ৰেম আৰু প্ৰশংসাৰ পৰিবর্ত্তে ঘৃণাহেকৰিব আৰু বহুতোকে আগুৱাই লৈ যোৱা হব বিশ্বাস কৰাবলৈ ‘তকী কৰাটো (ঈশ্বৰৰ বাণীৰ) আক্ষৰিক অৰ্থত পৰিপূৰ্ণ নহ’ব। চয়তানে আকৌ তেওঁলোকক ঈশ্বৰৰ ন্যায়টোত সম্পূর্ণরূপে মনোযোগ নিদিবলৈ ক’লে আৰু এজনৰো নাশ নহয় আনকি সিদ্ধ পুৰুষ আৰু পাপী উভয়েই ৰক্ষা পাব তাৰ ৰাজত্বত। আন এটা শ্ৰেণীৰ সুবিধা চয়তানে তেওঁলোকক আগুৱাই নি ক’লে, বাইবেল হ’ল এনে এমন গ্রন্থ যি খনে কোনো অনুপ্ৰেৰণা নি দিয়ে। তেওঁলোকে ইয়াত বহুতো ভাল বস্তু থকা বুলি ভাবিলেও বাইবেলৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে কাৰণ তেওঁলোকক শিকোৱা হৈছে যে এইখন গ্ৰন্থ অমৰ দুভোগৰ কথায়ে ঘোষনা কৰে।GCam 96.1

    চয়তান এনেদৰে আৰু এটা শ্ৰেণীৰ সুবিধালৈ সিঁহতক ঈশ্বৰৰ অস্তিত্ব নাই বুলি আগুৱাই নিলে। সিঁহতে বাইবেলত চৰিত্ৰত কোনো ধাৰাবাহিকতা দেখিব নোৱাৰিলে। সিঁহতে বাইবেল আৰু ইয়াৰ লিখকক অস্বীকাৰ কৰিমৃত্যুক অনন্ত নিদ্ৰা বুলি ল’লে।GCam 96.2

    তাৰ পিচত চয়তানে শংকিত আৰু পাপ কৰিবলৈ ভয় পোৱা আন এটা শ্ৰেণীক আগুৱাই নিলে। তেওঁলোকে পাপ কৰাৰ পাছত চয়তানে তেওঁলোকৰ আগত দেখা দি ক’লে, যে পাপৰ শ্ৰম মৃত্যু নহয় কিন্তু ভয়াবহ যাতনাত এটা অনন্ত জীৱন, যিটো অনন্ত কাল ধৰি সহ্য কৰিব লাগিব। সুযোগৰ সদ্ব্যবহাৰ কৰি চয়তানে তেওঁলোকৰ দুৰ্ব্বল মনৰ আগত নৰকৰ সীমাহীন আতংকটো বঢ়াই মেলি তেওঁলোকৰ মনটো নিজৰ কবলত আনিল আৰু তেওঁলোকে তেওঁলোকৰ যুক্তি হেৰুৱালে। ইয়াৰ ফলস্বৰূপে চয়তান আৰু তাত দূতবিলাকে উৎফুল্লিত হ’ল। সিঁহতে ভাবিল যে চলিত ধৰ্ম্মমতৰ এই বেয়া ফলবোৰ হৈছে বাইবেল আৰু তাৰ লিখকৰ ওপৰত বিশ্বাস কৰাৰ স্বাভাবিক ফলাফলতে।GCam 97.1

    আলেবেয়ার্ত মেংগেলস্টর্ক — প্রয়াত জার্মান জ্যাজ শিল্পীGCam 97.2

    Larger font
    Smaller font
    Copy
    Print
    Contents