Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    সংক্ষি প্ত জীৱনী

    এলেন গোল্ড হোৱাইট, ১৮২৭ - ১৯১৫ খ্রীষ্টাব্দে এজনী যীশু খ্রীষ্টেৰ শিষ্য, এলেন্ ১৭ বছৰ হোৱালৈ খ্ৰীষ্ট ধৰ্ম্ম সম্প্ৰদায়ৰ মাজত আছিল। ১৮৪৩ চনত তেওঁ সম্প্ৰদায়ৰ পৰা বিতাড়িত হৈছিল যীশুৰ আবিৰ্ভাব লৈ কথা কোৱাৰ বাৱে। ভগৱানে তেওঁক দৰ্শন আৰু এটি বাণী দিছিল পৃথিৱী লৈ কঢ়িয়াই অনাৰ বাৱে, যেতিয়া আন দু’জন ব্যক্তিৱে ভবৱানৰ ভাৰ বহন কৰিবলৈ অমান্য হৈছিল। স্বমতৰ আকৌ প্ৰমাণ কৰি আৰু প্ৰদৰ্শন কৰি তেওঁ বহুতো প্ৰবন্ধ আৰু কিতাপ লিখিছিল। স্বাস্থ্য বাণীৰ পোহৰ পোৱাত তেওঁ স্বাক্ষৰ উপৰত জোৰ দিছিল আৰু ইডেনেৰ উদানত থকা মূল পথ্যৰ সৈতে সাদৃশ্য থকা পথৰ নিৰ্দেশ দিছিল। তেখেতৰ সৈতে তেওঁ (তিকৰ বস্তুৰ পৰিহাৰ আৰু সকলো বস্তুৰ উপৰত সমানে জোৰ দিছিল।GCam 217.1

    শ্রীমতি হোৱাইটে কেতিয়াও নিজকে দেবদূত কোৱা নাছিল, যদিও তেওঁক সেই ধবনে চোৱা সকলোৰ সৈতে কোনো সমস্যা না ছিল, কিন্তু যেতিয়া সোধা হৈছিল, তেওঁ নিজকে বার্তাবাহক বুজিৱে কৈছিল। সেই উত্তৰত, তেওঁ দেখুৱাইছিল, যে স্বাস্থ্য সংস্কাৰত তেওঁৰ কাম, পাপৰ পৰা অনুতাপৰ নিৰ্দেশ, নিয়ম ভংগ হোৱাৰ বাবে এটি আন্দোলনক সমৰ্থন ̶− এই সকলোথিনিৰে দেবদূতেকে চেৰাই গৈছিল ̶− ভগৱানৰ মতেৰে ভবিষ্যত বাণীও কৰিব পাৰিছিল, তেওঁ বহুতো শ্ৰেষ্ঠ ধার্মিক গ্ৰন্থ লিখি ৰৈ গৈছে, তাৰ ভিতৰত যীশুৰ পথত’ হৈছে জনপ্রিয়তম। কিন্তু তেওঁৰ মতে, মহান বিতর্ক - যীশু আৰু তেওঁৰ দেবদূত আৰু চয়তান আৰু দেবদূতৰ জাজত হৈছে আটাইতকে গুরুত্বপূর্ণ।GCam 217.2

    Larger font
    Smaller font
    Copy
    Print
    Contents