অধ্যায় ৩১ - আকাঙ্খা
মই চয়তান আৰু তাৰ দূতবিলাকক একেলগ হৈ আলাপ কৰাটো দেখিলো। সি তাৰ দূতবিলাকক যাবলৈ আৰু তেওঁলোকৰ ফান্দ পাতিবলৈ নিৰ্দেশ দিলে বিশেষকৈ সেই সকলৰ বাৱে যি সকেল খ্রীষ্টৰ দ্বিতীয় আবিভাৱৰ বাৱে ৰৈ আছিল আৰু যি সকলে ঈশ্বৰৰ আজ্ঞাবোৰ মানি চলিছিল। চয়তানে তাৰ দূতবিলাকক কলে যে গীৰ্জাঘৰবোৰ শুই আছিল। সি তাৰ ক্ষমতা আৰু মিছলীয়া অদ্ভুত কামবোৰ বঢ়াব আৰু সিয়ে তেওঁলোকক ধৰি ৰাখিব পাৰিব। কিন্তু আমি বিশ্ৰামৰ দিন ধৰি ৰাখা সম্প্ৰদায়টোক ঘৃণা কৰে। তেওঁলোকে একেৰাহে আমাৰ বিৰূদ্ধে কাম কৰি আছে আৰু আমাৰ পৰা আমালোকৰ প্ৰজাবিলাকক লৈছে, ঈশ্বৰৰ সেই ঘৃণ্য বিধিটোক ধৰি ৰাখিবলৈ।GCam 164.1
যোৱা, স্থাৱৰ সম্পত্তি আৰু টকা পইচাৰ মালিক বোৰক চিন্তাৰে মতলীয়া কৰা। যদি তেমালোক তেওঁলোকৰ এইবোৰ বিষয়ৰ ওপৰত তেওঁলোকৰ মৰম স্থাপন কৰিব পাৰা, এতিয়াও আমি তেওঁলোকক পাম। তেওঁলোকে যি ইচ্ছা কৰে খুলা খুলিকৈ স্বীকাৰ কৰিব পাৰে, অকল তেওঁলোকক খ্ৰীষ্টৰ ৰাজ্যৰ সফলতা, বা যি সত্যটো আমি ঘৃণা কৰো সেইটো বিস্তাৰ কৰাতকৈ টকা পইচাৰ বাৱে বেচি চিন্তিত হবলৈ দিয়া। তেওঁলোকৰ আগত জগতক আটাইতকৈ আকৰ্ষণীয় পোহৰত আগ বঢ়োৱা যাতে তেওঁলোকে সেইটো ভাল পায় আৰু পূজা কৰে। যিমানলৈ পাৰে গোটেই উপায়বোৰ আমাৰ দলত অবশ্যেই ৰাখিব লাগিব। যিমানে বেচিকৈ তেওঁলোকৰ সঙ্গতিবোৰ থাকিব। আমার প্রজাবিলাকক লৈ যোৱাৰ সিমানেই বেচিকৈ তেওঁলোকে আমাৰ ৰাজ্যৰ ক্ষতি কৰিব। যেতে তেওঁলোকবিভিন্ন ঠাইত সভা পাতে, তেতিয়া আমি বিপদত পৰো। তাৰ পিচতে বৰ জাগ্ৰত হোৱা। যিমান পাৰা সকলো বিধৰ মনৰ ব্যাকুলতা ঘটোৱা। পৰস্পৰৰ বাৱে প্ৰেম নাশ কৰা। তেওঁলোকৰ ধৰ্মাচাৰ্য্য বিলাকক নিবাৰণ আৰু হতাশ কৰা কাৰণ আমি। তেওঁলোকক ঘৃণা কৰে। তেওঁলোকৰ ফালে প্ৰতিটো সঙ্গত আপত্তি দাঙি ধৰা যি বিলাকৰ সঙ্গতিবোৰ আছে, পাচে কিজানি তেওঁলোক আগ বঢ়াই দিয়ে। যদি পাৰা টকা পইচাৰ বিষয়টো নিয়ন্ত্ৰণ কৰা, আৰু তেওঁলোকৰ ধৰ্মাচাৰ্য্য বিলাকক নাটনি আৰু বিপত্তিলৈ ঠেলি দিয়া। এইটো তেওঁলোকৰ সাহস আৰু উৎসাহক দূৰ্বল কৰিব। প্রতি ইঞ্চি মাটিৰ বাৱে যুঁজ কৰা। আকাঙ্খ আৰু পার্থিব ধন। সম্পত্তিৰ প্ৰেমক তেওঁলোকৰ চৰিত্ৰৰ শাসনকাৰী বৈশিষ্ট কৰা। যেতিয়া লৈ এই বিশেষ লক্ষণবোৰ শাসন কৰে, মুক্তি আৰু কৃপা পিচফালে থিয় হয়। তেওঁলোকক আকৰ্ষণ কৰিবলৈ তেওঁলোকৰ চাৰিও কাষে যি পাৰা সেইটোৰে ঘেৰি ধৰা, আৰু তেওঁলোক নিশ্চিতকৈ আমালোকৰ হব। অকল তেওঁলোকৰ বিষয়তেই আমি নিশ্চিত নহয়, কিন্তু আন মানুহবিলাকক স্বৰ্গৰ দিশে আগুৱাই লৈ যাবলৈ তেওঁলোকৰ ঘৃণনীয় প্ৰভাৱ আনবিলাকৰ ফালে প্ৰযুক্ত ন হয়। যিবিলাকে দিবলৈ চেষ্টা কৰিব, তেওঁলোকৰ মাজত এটা কপট বন্দবস্ত ৰাখা, যাতে এয়া পবিৰমিত ৰূপে হয়।GCam 164.2
মই দেখিলো যে চয়তানে তাৰ পৰিকল্পনাখন ভালদৰে। সম্পন্ন কৰিল। আৰু যেনে ঈশ্বৰৰ সেৱক সকলে সভা পাতিল, চয়তান আৰু দূতবিলাকে তেওঁলোকৰ কাম কাজ বুজিব পাৰিল, আৰু ঈশ্বৰৰ কামত বাধা দিবলৈ পথাৰত আছিল, আৰু সি একেৰাহে ঈশ্বৰৰ মানুহবিলাকৰ মনৰ মাজত পৰামৰ্শ দি আছিল। কিছুমানক সি এটা দিশত আগুৱাই লৈ যায়, আৰু কিছু মানক আনদিশত, সদায় ভ্রাতৃবিলাক আৰু ভলীবিলাকৰ বেয়া বৈশিষ্টবোৰৰ সুবিধা লৈ, তেওঁলোকৰ স্বাভাবিক প্রলোভনবোৰক উত্তেজিত আৰু জাগ্ৰত কৰি আছিল। তেওঁলোক যদি স্বাৰ্থপৰ আৰু লুভীয়া হবলৈ ইচ্ছুক হয়, তেওঁলোকৰ কাষ বৈলৈ চয়তানে বৰ সন্তুষ্ট হয়, আৰু তাৰ পিচত তাৰ সকলো ক্ষমতাৰে তেওঁলোকৰ প্রলোভন কাৰী পাপ বোৰ প্ৰদৰ্শন কৰিবলৈ তেওঁলোকক আগুৱাই লৈ যাবলৈ বিচাৰে। যদি ঈশ্বৰৰ কৃপা আৰু সত্যৰ পোহৰ কিছু সময়ৰ বাৱে এইবোৰ লুভীয়া স্বাৰ্থপৰ অনুভূতি সমূহ পাতল কৰে, আৰু তেওঁলোকে তেওঁলোকৰ ওপৰত সম্পূর্ণ জয়লাভ ন কৰে, যেতিয়া তেওঁলোক এটা উদ্ধাৰকাৰী প্ৰভাৱৰ অধীনত নাই, চয়তান ভিতৰলৈ আহে আৰু প্ৰতিটো মহৎ উদাৰ নীতি নষ্ট কৰে, আৰু তেওঁলোকে ভাবে যে তেওঁলোকক অত্যকি কাম কৰিবলৈ আছে। তেওঁলোকে সৎকাম ত ক্লান্ত হৈ পৰে আৰু চয়তানৰ ক্ষমতা আৰু আশাহীন দুর্দ্দাশাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিবলৈ, তেওঁলোকৰ বাৱে যীশুৱে কৰা মহৎ উৎসৰ্গৰ সম্বন্ধে সকলোখিনিৱে পাহৰি যায়।GCam 166.1
চয়তানে আছে লুভীয়া, স্বাৰ্থপৰ ইচ্ছাৰ বিশেষ সুবিধা লয়, আৰু যীশুৰ উদ্দেশ্যে মেৰীৱে উচৰ্গা কৰা মলমৰ বিৰূদ্ধে ভোৰভোৰাবলৈ তেওঁক আগুৱাই যায়। এয়া ডাঙৰ লোকচান বুলি জুডাচ তাৰ ওপৰত দেখিল( সেইটো বেচিবলৈ আৰু দুখীয়া সকলৰ উদ্দেশ্যে দিবলৈ পাৰা গল হেতেঁন। সি দুখীয়া সকলৰ বাৱে চিন্তিত ন হল, কিন্তু যীশুৰ উদ্দেশ্যে দানশীল উৎসগাক অপব্যয়ী বুলি বিবেচনা কৰিল।তাৰ প্রভুক জুডাচে কেইটামান টুকুৰা ৰূপৰ মুদ্ৰাৰ বাৱে বেচিবলৈ যথেষ্ট দাম দলে। মই দেখিলে যে তেওঁলোকৰ মাজত কিছুমানে জভাৰে নিচিনা আছিল যি বিলাকে তেওঁলোকৰ প্ৰভুৰ বাৱে ৰৈ আছে বুলি খুলা খুলিকৈ ঘোষণা কৰে। তেওঁলোকৰ ওপৰত চয়তানে তাৰ নিয়ন্ত্রণ ৰাখিছে, কিন্তু তেওঁলোকে সেইটো নে জানে। আকাঙ্খ বা আত্মগ্রাহীতাৰ অকন মানো ঈশ্বৰ অনুমোদন কৰিব নোৱাৰে। তেখেতে সেইটো ঘৃণা কৰে, আৰু তেখেতে তেওঁলোকৰ প্ৰাৰ্থনা সমূহ আৰু উপদেশ বোৰ হেয় কৰে, যিবিলাকে সেইটো ধাৰণ কৰে। যেনে চয়তান দেখে তাৰ সময় তাকৰ, তেওঁলোকক সিক্রমে বেচিকৈ আত্মগ্রাহী আৰু লুভীয়া হবলৈ আগুৱাই লৈ যায়, আৰু তাৰপিচত উল্লাসিত হয় যেনে সি দে খে তেওঁলোক আপোনা সকলৰ মাজতে কৰিছে অধম আৰু আত্মগ্রাহী হৈ নিবিষ্ট হয়। এনেকোৱা মানুহ বিলাকৰ চকু খুলি যোৱা হলে তেওঁলোকৰ অজ্ঞানত হাৰ্হিছে যিবিলাকে তাৰ পৰামৰ্শ গ্ৰহণ কৰে আৰু তাৰ ফান্দত প্ৰৱেশ কৰে। তেতিয়া সিআৰু তাৰ দূতবিলাকে সেই ব্যক্তি সকলৰ অধম আৰু লুভীয়া কামবোৰ লৈ যীশু আৰু পবিত্ৰ দূতবিলাকলৈ আগ বঢ়ায়, আৰু গ্ৰানিজনক ভাবে কয়, এওঁলোক হৈছে খ্ৰীষ্টৰ শিষ্য! তেওঁলোক সোঁশৰীৰে স্বৰ্গগামী হবলৈ প্ৰস্তুত হৈ আছে! চয়তানে তেওঁলোকৰ বিপথগামী আচৰণ মন কৰে। আৰু তাৰ পিচতে এয়া বাইবেলৰ সৈতে, সেই অংশ বোৰৰ সৈতে তুলনা কৰে যিটো স্পষ্ট কৈ তেনেকোৱা বিষয়ক স্পষ্ট কৈ তিৰস্কাৰ কৰে, আৰু তাৰ পিচতে স্বৰ্গীয় দূতবিলাকক বিৰক্ত কৰিবলৈ এয়া এই বুলি আগ বঢ়ায়, এওঁলোক খ্ৰীষ্ট আৰু তেখেতৰ মানুহবিলাকৰ ওচৰৰপৰা ঈশ্বৰ একেৰাহে কাম কৰাটো বিচাৰে, আৰু যেতিয়া তেওঁলোক সকাম আৰু মহৎ কাম সম্পন্ন কৰিবলৈ ক্লান্ত হৈ যায়, তেখেতে তেওঁলোকৰ সম্বন্ধে উত্যক্ত হয়। মই দেখিলো যে তেখেতৰ সেই স্বীকৃত মানুহবিলাকৰ ফালৰ পৰা আত্মগ্রাহীতাৰ অকণমানো প্রদর্শন লৈ বৰকৈ অসন্তুষ্ট আছিল। যি বিলাকৰ বাৱে যীশু তেখেতৰ বহুমূলীয়া জীবন সাচি থোৱা নাই। প্ৰতিজন স্বাৰ্থপৰ, লুভীয়া ব্যক্তিৰে পথত কাঁজিয়া কৰিব। জুদাৰে নিচিনা, যি তাৰ প্রভুক বেচি দিলে, তেওঁলোকে পৃথিৱীৰ লাভৰ সামান্য অংশৰ বাৱে ভাল নীতি, আৰু টো মহৎ দয়ালু স্বভাব খন বেচি দিব। তেনেকোৱা সকলোকে ঈশ্বৰৰ মানুহবিলাকৰ মাজৰ পৰা চালি পেলোৱা হব। যিবিলাকে স্বৰ্গ বিচাৰে, তেওঁলোক অবশ্যেই ধাৰণ কৰা তেওঁলোকৰ প্ৰতিটো উদ্যমেৰে স্বৰ্গৰ নীতিবোৰ উৎসাহিত কৰিব। আত্মগ্রাহীতা লৈ তেওঁলোকৰ প্ৰতিটো উদ্যমেৰে স্বৰ্গৰ নীতিবোৰ উৎসাহিত কৰিব। আত্মগ্রাহীতা লৈ তেওঁলোকৰ আত্মাবোৰ নুই হৈ যোৱাৰ পৰিবৰ্ত্তে, তেওঁলোকক দয়াশীলতাৰ দ্বাৰা মুকলি কৰিব লাগিব আৰু পৰস্পৰৰ প্ৰতি সৎকাম। কৰাৰ প্ৰতিটো সুবিধাৰ সদ্ব্যৱহাৰ কৰিব লাগিব আৰু স্বৰ্গৰ নীতিবোৰৰ ভিতৰত আৰু বেচিকৈ বঢ়াব আৰু বৃদ্ধি হব লাগিব। যীশুক মোৰ ওচৰত এজন আদর্শ হিচাপে দাঙি ধৰা হৈছিল। তেখেতৰ জীৱন আছিল আত্মগ্রাহী হিত অবিহনে, আৰু নিঃস্বার্থ দয়াশীলতাৰ দ্বাৰা চিন্ দিয়া হৈছিল।GCam 167.1