Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First

    অধ্যায় ২৪ - দ্বিতীয় দূতৰ বাণী

    গীর্জাঘৰবোৰে প্ৰথম দূতৰ বাণীৰ পোহৰটো গ্ৰহণ ন কৰে আৰু স্বৰ্গীয় পোহৰটো ত্যাগ কৰাত এয়া ঈশ্বৰৰ অনুগ্ৰহৰ পৰা দূৰ হৈ গল। তেওঁলোকে তেওঁলোকে নিজৰ বলতে বিশ্বাস কৰি প্রথম বাণীটোৰ বিৰোধিতা কৰিল। যেতিয়া তেওঁলোকে দ্বিতীয় দূতৰ বাণীৰ কোনো পোহৰ দেখিব নোৱাৰিলে। কিন্তু ঈশ্বৰৰ প্ৰিয় পাত্ৰ সকলে যি বিলাকে অত্যাচাৰিত হৈছিল, বাণীটোৰ জৱাব দিলে। বেবিলনৰ পতন হোৱাত পতিত গীৰ্জাঘৰবোৰক এৰি গৈছে। দ্বিতীয় দূতৰ বাণীটোৰ শেষৰ ফালে মই স্বৰ্গৰ পৰা অহা এটা তীব্ৰ পোহৰ ঈশ্বৰৰ মানুহ বিলাকৰ ওপৰত জ্বলি থকা দেখিলো। পোহৰৰ ৰমিটো বেলিৰ নিচিনা উজ্জ্বল যেন লাগিল। মই দূতবিলাকে চিঞৰি কোৱা শুনিলো, দেখা দৰা জন আহিছে আৰু তেওঁক সাক্ষাৎ কৰা।GCam 118.1

    মাজানিশাৰ চিঞৰ আছিল দ্বিতীয় দূতৰ বাণীটোক ক্ষমতা দিবলৈ। ভয়াতুৰ সিদ্ধপুৰুষ সকলক জগোৱালৈ স্বৰ্গৰ পৰা দূতবিলাকক পঠিওৱা হল আৰু লগতে তেওঁলোকক প্রস্তুত কৰাবলৈ আগলৈ মহান কামৰ বাৱে। অতিপাত প্রতিভা সম্পন্ন (নুহ বিলাকে এই বাণীটো গ্ৰহণ কৰাত প্ৰথম নাছিল। বিনীত, উৎসর্গীকৃত আৰু সীমিত বল থকা মানুহ বিলাকলৈ দূত বিলাকক পঠিওৱা হৈছিল কামটো আগুৱাই নিবলৈ। এই কামটোলৈ বিশ্বস্ত সকলে লৰলেৰিকৈ পবিত্র আত্মাৰ ক্ষমতাৰে কামটো বিস্তাৰ কৰিল আৰু সেই হতাশ ভ্রাতৃসকলক উদগাই দিলে এই চিঞৰটো মানুহ বিলাকৰ জ্ঞান আৰু শিক্ষাৰ আগত থিয়দিব নোৱাৰিলে। কিন্তু ঈশ্বৰ আৰু তেখেত দূতবিলাকৰ অগত এৱা আঁতৰি থাকিব নোৱাৰিলে। অতিপাত আধ্যাত্মিক সকলে প্ৰথমে এই বানীটো পাহেল কিন্তু যি সকলে দৃঢ়তাৰে এই কামটো আগুৱাই লাল সিঁতে আটাইতকৈ শেষত এই বাণীটো পালে।GCam 118.2

    দেশৰ প্ৰতিটো অংশত দ্বিতীয় দূতৰ বাণীৰ পোহৰটো প্ৰকাশ পালে আৰু চিঞৰটো সহস্ৰাধিকৰ কাৰ চাপি আহিছিল। এইটো নগৰৰ পৰা নগৰলৈ, গাওঁৰ পৰা গাওঁলৈ গল যেতিয়া লৈ ৰৈ থকা ঈশ্বৰৰ মানুহ বিলাকক পুৰা পুৰিকৈ উদগোৱা ন হল। বহুতোৱে গীৰ্জাঘৰ বোৰত এই বাণীটোৰ প্ৰচাৰ কৰিবলৈ নি দিয়ে। আৰু এটা বিশাল দলত যত তেওঁলোকৰ ভিতৰতেই জীয়া সাক্ষ্য আছিল, পতিত গীর্জাঘৰবোৰক ত্যাগ দিয়ে, মাজনিশাৰ চিঞৰৰ দ্বাৰা এটা প্ৰকাণ্ড কাম সম্পন্ন কৰা হল। বাণীটো বুকুবিন্ধা আছিল আৰু বিশ্বাসী সকলক এইটো জীয়া অভিজ্ঞতা খুঁজি বলৈ আগ বঢ়ালে। তেওঁলোকে জানিল যে এজনে আনৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰিব।GCam 119.1

    সিদ্ধপুৰুষ সকলে উপবাস, দৰ্শন আৰু ধাৰাবাহিক প্ৰাৰ্থনাৰ সৈতে তেওঁলোকৰ প্ৰভুৰ বাৱে ব্যগ্রতাৰে ৰৈ আছিল। আনকি কিছু পাপীৱেও ভয়েৰে সময়টোলৈ দৃষ্টি দিলে, যেতিয়া মহা বাইজক বাণীটোৰ বিৰূদ্ধে চালিত হোৱা যেন লাগিল আৰু চয়তানৰ আত্মাটোক প্ৰদৰ্শন কৰিল। তেওঁলোকে উপহাস কৰিল আৰু সৰ্ব্বত্ৰই তেওঁলোকক শুনা গল। নোরেই না জানে দিন আৰু (ণটো। পতিত দূতবিলাকে তেওঁলোকৰ চাৰিওকাষে উল্লাসিত হল, তেওঁলোক হৃদয় কঠোৰ কৰিবলৈ আহ্বাৰ জনালে, যাতে তেওঁলোকক ফান্দত পেলোৱা যায়। বহুতোৱে খুলাখুলিকৈ তেওঁলোকৰ প্ৰভুলৈ চাই আছে বুলি ঘোষণা কৰিল, যি সকলৰ এই বিষয়ত কোন অংশ নাইবা ভাগ্য নাছিল। ঈশ্বৰৰ মহিমা যি তেওঁলোকে দেখিছিল, ৰৈ থকা সকলৰ ভদ্ৰতা আৰু গভীৰ উৎসর্গ আৰু সাক্ষ্যৰ তীব্র বলেৰে সত্যটো গ্ৰহণ কৰিবলৈ তেওঁলোকৰ খুলাখুলিকৈ ঘোষণা কৰাটো ঘটোৱাল। কিন্তু তেওঁলোকে ধৰ্মান্তৰিত ন হল। তেওঁলোকে প্রস্তুত হোৱা নাছিল। সিদ্ধ পুৰুষ সকলে যতে ততে ভক্তিপূৰ্ণ আৰু মনোযোগী প্রার্থনাৰ এটা উদ্যম অনুভব কৰিল। এটা পবিত্র ভক্তিপূর্ণর্তা তেওঁলোকৰ ওপৰত ভয় কৰি আছিল। অতিপাত উৎসাহৰে দূতবিলাকে ফলাফলটো চাইছিল, আৰু স্বগীয় বাণীটো পোৱা সকলক ওপৰলৈ তুলি আছিল আৰু তেওঁলোকক সাংসাৰিক বস্তুবোৰৰ পৰা টানি আনিছিল, মুক্তিৰ প্ৰস্রবনৰ পৰা ডাঙৰ যোগানবোৰ পাবলৈ। ঈশ্বৰৰ মানুহ বিলাকৰ তেতিয়া তেখেতৰ সৈতে মানি লোৱা হল। তেওঁলোকৰ ওপৰৰ যীশু সন্তোষৰে দৃষ্টি দিলে। তেওঁলোকৰ মাজত তেখেতৰ প্ৰতিমূৰ্ত্তি প্রতিফলিত হল। তেওঁলোকে পূর্ণ বিসর্জন, সম্পূর্ণ উৎসর্গীকৰনেৰে অমৰত্বৰ বাৱে পৰিবর্ত্তিত হবলৈ আশা কৰিল। কিন্তু তেওঁলোকে আকৌ দুঃখ জনক ভাবে হতাশ হোৱাটো ধাৰ্য্য কৰা হৈছিল। মুক্তি আশা কৰি যি সময়টো লৈ তেওঁলোকে চালে, উকাল গল, তেওঁলোকে তেতিয়াও পৃথিবীৰ বুকুত আছিল আৰু শাপৰ পৰিনামটো কেতিয়াও আৰু অধিক স্পষ্ট হোৱা যেন নে লাগিল। তেওঁলোকে স্বৰ্গৰ ওপৰত তেওঁলোকৰ মৰম স্থাপন কৰিছিল আৰু মধুৰ পূৰ্ব্ব ধাৰনাত, অমৰ মুক্তিৰ সোৱাদ পাইছিল যদিও তেওঁলোকৰ আশাটো সিদ্ধি কৰা হোক্য়া নাছিল।GCam 119.2

    আশংকা যিটো বহুতো মানুহৰ ওপৰত স্থান লৈছিল। ততলিকে লোপ না পালে। তেওঁলোকে তৎক্ষণাৎ হতাশ সকলৰ ওপৰত জয়োল্লাস কৰা নাছিল। স্পষ্টকৈ ঈশ্বৰৰ ক্ৰোধ অনুভব ন কৰি, আশংকায় পৰা উঠি আহি তেওঁলোকে আৰম্ভ কৰিল তেওঁলোকৰ বিদ্রুপ, উপহাস আৰু নিন্দা, ঈশ্বৰৰ মানুহ বিলাকক আকৌ পৰখ কৰা হল। জগতে হাহিল, উপহাস কৰিল আৰু তেওঁলোকৰ নিন্দা কৰিল। যি সকলে বিশ্বাস কৰিছিল কোনো সন্দেহে অবিহনে যে যীশুৰে পিচলৈ আহিব আৰু মৃতকৰ উত্থান হব। জীয়া সিদ্ধ পুৰুষ সকলৰ পৰিবৰ্তন হব, ৰাজত্ব লৈ লব আৰু চিৰকালৰ বাৱে এয়া ধাৰণ কৰিব, খ্রষ্টেৰ শিষ্যহোৱা যেন অনুভব কৰিল। তেওঁলোক মোৰ প্ৰভুক লৈ গৈছে আৰ মই নে জানো কত তেখেতক ৰখা হৈছে।GCam 121.1

    মেথিউ ২৪:৩৬, ২৫:৬, জন ২০:১৩, দৈববাণী ১৪:৮৷GCam 121.2