Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    আগৰণুৱা

    আইন আৰু ইয়াৰ সাক্ষ্য লৈ শব্দৰ সৈতে নিমিলা কথা কোৱাৰ কাৰন হৈছে ইয়াৰ ভিতৰত কোনো পোহৰ নাই। ইচাইয়া ৪:২০। একবিংশ শতিকাৰ আৰম্ভনিত, সকলোৱে যেতে ভবিষ্যত বত্ত হৈ, গৈছে। আনকি ইন্টাৰনেটেত ইয়াৰ হাত সাৰি থোৱা নাই। কিন্তু তাৰ মাজতে কিছুমানে কোৱা কথা অলপ আচৰিত যেন লাগে। কেনেকৈ আমি নিশ্চিত হ’ম তেওঁলোকে যি কয় সেয়াই সঁচা — ভগৱানৰ পৰা অহা বাণী? — তেওঁলোকৰ কথা আইন আৰু ইয়াৰ সাক্ষ্যৰ সৈতে তুলনা কৰি। নিশ্চিতকৈ একেই ভগৱানে মানহক অতীতত-- যি কৈছিল আৰু লিখি থোৱা হৈছিল (যিটো হৈছিল), নিজকে নুই কৰিব নোৱাৰে। যীশু প্রকাশ্যভাবে ইয়াৰ ভবিষ্যতবাণী কৰিছিল, এইটো জানিও যে ভবিষ্যতবাণী বহুতৰ শেষৰ জীৱনত পৰীক্ষা ল’ব। “আৰু বহুতো মিচা ভবিষ্যতবক্তাৰ উদয় হ’ব, আৰু বহুতো ভুল ৰাস্তা দেখুৱাযো’ ম্যাথিউ ২৪:১১ অধিক গুরুত্বৰ বাৱে ভগৱানে এই শব্দবোৰে জনক প্রদান কৰিছিল। প্ৰিয়সকল, সকলো আত্মাত বিশ্বাস ন কৰিবা, চোৱা আত্মাৰে মাজতে ভগৱানৰ হয় নে নহয় : কিয়নো বহুতো অপ্রকৃত ভবিষ্যতবক্তা পৃথিবী লৈ আহিছে, জন ৪:১ বাস্তৱতে এলেন হোৱাইট ব্যতিক্রমী নহয়। এই কিতাপখন লই ধৰ্ম গ্ৰন্থৰ লগত তুলনা কৰা( এইখন পৰীক্ষাৰ সম্মুখীন হব পাৰে নে? স্বৰ্গত থকা আমাৰ দয়ালু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা, আৰু তেওঁহে পাব। আত্মাৰে সকলে সত্যত আমাকে দিৰ্শন কৰাব।GCam 218.1

    এতিয়া বিশ্বাস যেন নহয়, কিন্তু বিংশ শতিকাৰ শেষৰ কেইটা বছৰ লৈ, খ্রীষ্টৰ ৰোলি ভাবা প্ৰায় সকলোৱে ভগৱানৰ বাণী পোৱা সকলোৱে তীব্ৰ বিৰোধিতা কৰিছিল। সিহতি ২২:১৮-১৯ ইয়াৰ প্ৰকাশ কৰি নিজ মতক প্রতিষ্ঠা কৰিব বিচাৰিছিল,“এই কিতাবখনত থকা ভবিষ্যতবাণীৰ কথা শুনা সকলোৰে ওপৰত মত পৰীক্ষা । কৰিছো, যদি কোনো মানুহ ইয়াৰ লগত কিছু কথা যোগ কৰে, ভগৱানে তোমা লগত যিখিনি বেগে কৰিব সেৱই লিখা আছে এই কিতাপত আৰ যদি কোনো মানুহে ভবিষ্যতবাণীৰ এই কিতাপেৰ পৰা কিছু বাণী বাদ দিব বিচাৰে, ঈশ্বৰ সেইখিনি অংশ তাৰ জীৱনৰ পৰাই উঠাই লব, আৰু পবিত্ৰ শহৰৰ পৰা, আৰু কিতাপ খনৰ পৰাও।GCam 219.1

    কিন্তু এইটো কি কেটো বাণী হব পাৰে যে জন’ৰ মৃত্যুৰ পাচত ভগৱানৰ আৰু কোনো ভবিষ্যতবক্তা নাহে? যদি হয়, তেন্তে কিয় যীশুৰ আমাকে শিকা ভবিষ্যতবক্তাৰ পৰা আঁতৰত থাকিব কত?GCam 219.2

    কিয় জনৰ যোগে দি পবিত্র আত্মাৰ আত্মাৰ পৰীক্ষাৰ কথা কোৱা হৈছিল। এই সকলো কথা অতি সহজ হৈগল হয়, যদি আমি এই সকলোৰ পৰা আঁতৰত থাকিলো হৈঁতেন, জনৰ অনুসৰন কৰি যিয়ে ভগৱানৰ বানী পোৱা বুলি দাবী কৰিছি? কিন্তু সেইটো ভগবানৰ পৰিকল্পনা নহয়, তেওঁ প্ৰয়োজন সাপেক্ষে নতুন সত্যৰ জন্ম দি তেওঁৰ ইচ্ছাৰ কথা জনায় আৰু স্বয়ৰ সত্য ইয়াৰ সত্যতা পৰখ কৰিব আৰু আনন্দেৰে গ্ৰহণ কৰি ইয়াক অনুসৰণ কৰিব। বাস্তবিকতে, চয়তানকো কাম কৰিবলৈ দিয়া হব। তেওঁক অনুমতি নিদিয়া হ’লে তেওঁ ভগৱানক অনায্য বোলি দোষী সাব্যস্ত কৰিলে। হৈঁতেন।GCam 220.1

    পৌলৰ যোগদি পবিত্র আত্মাৰে ১ কোৰিীয়ানস ১২ ত কিছুমান গুৰুত্বপূৰ্ণ আৰু লোমোধা প্রশ্ন কৰিছে? সকলোৱে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰক হয় নে ? সকলোৱে ভবিষ্যদ্বক্তা হতে ? সকলোৱ আশ্চৰ্য্য ঘটনা ঘটাৱ পাৰে নে? সকলোৱে আৰোগ্যকাৰী হব পাৰে নে? সকলোৱে সহজ কথা কব পাৰে নে? তেন্তে তেওঁৰ ঘোষণা মতে তেওঁ আমাক এটি উত্তম ৰাস্তা দেখুৱাব যত তেওঁ কৈছে যে দানবোৰ কোনো কামত নাহে যদি আমাৰ ভিতৰত প্ৰেম না থাকে। অধ্যায় ১৪’ত, তেওঁআৰু এক খোজ আগবাঢ়ি আমাক কৈছে - “প্রেম চালিত হোৱা আৰু আধ্যাত্মিক আকাঙ্খা কৰা বিশেষভাবে যাতে তোমালোকে ভবিষ্যদ্বাণী কৰিব পাৰা।” “এতেকে, ভ্রাতৃসকল, ভবিষ্যদ্বানী কৰিবলৈ মন দি আকাঙ্খ কৰা আৰু সহজ কথা কবলৈ পিছ ন পৱিবা।” আত্মাক নবৃত্ত নপৰিবা।। ভবিষ্যতবাণী বোৰক হেয় ন কৰিবা। সকলো বস্তুকে প্ৰদান কৰা আৰু স্থিৰ কম নে কোটো ভলি।’ ১ থেচালোনিয়ানস ৫:১৯-২১।GCam 220.2

    এলেন হোৱাইটে ১৮৫৮ৰ বসন্ত’ত মার্কিন যুক্তৰাষ্ট্ৰৰ ওহাৱো চহৰত লডেট’ৰ শুৱনি জোপোহাত ‘মহান বিতর্ক’ৰ দৰ্শন পাইছিল। তাৰে সিংহভাগে তেওঁ দৰ্শন কৰিছে ১১ বছৰ পূৰ্বতে, কিন্তু এইবাৰ তেওঁ এইবোৰ লিপিবদ্ধ কৰাৰ নিৰ্দেশ পাইছিল যদিও শয়তানে তেওঁক বাধা দিয়াৰ প্ৰচেষ্টা কৰিছিল। কিছুমান অংশ, অধ্যায় ৩০ই নেবে প্ৰকাশিত হৈছিল সৰু জাক ১৮৪৭ চনত আৰু ‘ক্রোড়পত্র’ ১৮৫৪ চনত প্ৰকাশিত হৈছিল। এজনী দুৰ্ব্বল কিন্তু ধর্মপৰায়ন তিৰোতাজনীয় পবিত্র আত্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এইবোৰ লিখিছিল যি প্রথম প্রকাশিত হৈছিল ১৮৫৮ চনত। চয়তান যি পৃথিবীক বাইবেল’ৰ পৰা বিচ্যুত কৰিব বিচাৰিছিল আৰু ইয়াৰ ভ্ৰষ্ট ভাষান্তৰ কৰিছিল, এইখন কিতাপকো বিনষ্ট আৰু ভ্ৰষ্ট কৰিব খুজিছিল যিখন হৈছে বাইবেলৰ পাচত পৃথিবীক আটাইকৈ মূল্যবাৰ কিতাপ ভগৱানৰ সন্তানৰ বাৱে। কিন্তু ভগৱানে তেওঁৰ কথা চাখিছে। মানুহ পৃথিৱীত ১ম খোজ দিয়াৰ আগৰে পৰা কিছুমানে প্রণ করে যে পৃথিৱীত ইমান সমস্যা কিয় যত আছে যুদ্ধ, অপৰাধ, অপবিত্র যৌনতা, আৰু আনকি ধৰ্মীয় বিশ্বাস, এই প্রশ্নবোৰৰ উত্তৰৰ ভিত্তি পোৱা যাব পাৰে যীশু আৰু চয়তানৰ মাজত চলি থকা মহান বিতর্ক বুজিলে প্ৰভু যেন তেওঁৰ শ্ৰেষ্ঠ দানবোৰ তোমালোকক প্ৰদান কৰে। পাঠক সকল তোমালোকে ভগৱানৰ বাণী সমৃদ্ধ এই কিতাপখনত লিখা সকলো কথাৰে প্ৰমাণ পাবা — দ্য বাইবেল।GCam 221.1

    বি.দ্র. — সংক্ষিপ্ত জীৱনী, ভূমিকা, শব্দ তালিকা আৰু প্ৰতি অধ্যায়ৰ শেষত থকা উল্লেখ বোৰ এলেন হোৱাইটৰ লিখা নহয়। (মূল কিতাপব)GCam 222.1

    Larger font
    Smaller font
    Copy
    Print
    Contents