অধ্যায় ৩৬ - জেকবৰ আহুকাল
- অধ্যায় ১ - চয়তানৰপতন
- অধ্যায় ২ - মানুহৰ পতন
-
- অধ্যায় ৪ - যীশুৰ প্ৰথম আবিৰ্ভাৱ
- অধ্যায় ৫ - যীশুৰ মন্ত্ৰী সভা
- অধ্যায় ৬ - আকাৰৰ পৰিৱৰ্তন
- অধ্যায় ৭ - খ্রীষ্টব বিশ্বাসঘাতকতা
- অধ্যায় ৮ - যীশুৰ বিচাৰ
- অধ্যায় ৯ - যীশুৰ ক্রচবিদ্ধ হোৱো
-
- অধ্যায় ১১ - খ্রীষ্টৰ আৰোহণ
- অধ্যায় ১২ - খ্রীষ্টৰ শিষ্যবিলাক
- অধ্যায় ১৩ - স্টীফেনৰ মৃত্যু
- অধ্যায় ১৪ - চৌলৰ ধৰ্ম্মান্তবণ
- অধ্যায় ১৫ - ইহুদীবিলাকৰ পৌলক হত্যাৰ সিদ্ধান্ত
- অধ্যায় ১৬ - পৌলৰ জেরুজালেম যাত্রা
- অধ্যায়e ১৭ - মহানস্বধৰ্ম্মত্যাগ
- অধ্যায় ১৮ - অসমতাৰ ৰহস্য
- অধ্যায় ১৯ - দুভোগত অমৰ জীৱননহয়, মৃত্যু
- অধ্যায় ২০ - ধৰ্ম্ম সংস্কাৰ
- অধ্যায় ২১ - গীর্জা আৰু জগতৰ মিলন
- অধ্যায় ২২ - উইলিয়াম মিলাৰ
- অধ্যায় ২৩ - প্রথম দূতৰ বাণী
- অধ্যায় ২৪ - দ্বিতীয় দূতৰ বাণী
- অধ্যায় ২৫ - উদয় আন্দোলনৰ ব্যাখ্যা
- অধ্যায় ২৬ - বিশদ ব্যাখ্যা
- অধ্যায় ২৭ - ধৰ্ম্ম মন্দিৰ
- অধ্যায় ২৮ - তৃতীয় দূতৰ বাণী
- অধ্যায় ২৯ - দৃঢ় অবস্থান
- অধ্যায় ৩০ - ভূতবাদ
- অধ্যায় ৩১ - আকাঙ্খা
- অধ্যায় ৩২ - কম্পন
- অধ্যায় ৩৩ - বেবিলনৰ পাপ সমূহ
- অধ্যায় ৩৪ - চিক্রৰ
- অধ্যায় ৩৫ - তৃতীয় বাণীৰ সমাপ্তি
- অধ্যায় ৩৬ - জেকবৰ আহুকাল
- অধ্যায় ৩৭ - সিদ্ধপুৰুষৰ মুক্তি
- অধ্যায় ৩৮ - সিদ্ধ পুৰুষৰ পুৰস্কাৰ
- অধ্যায় ৩৯ - পৃথিৱীৰ সমাপ্তি
- অধ্যায় ৪০ - দ্বিতীয় পুনৰুত্থান
- অব্যার ৪১ - দ্বিতীয় মৃত্যু
-
- শব্দ তালিকা — ১ম উপস্থিতি প্ৰকাশ
- सम्पादकीय :
Search Results
- Results
- Related
- Featured
- Weighted Relevancy
- Content Sequence
- Relevancy
- Earliest First
- Latest First
- Exact Match First, Root Words Second
- Exact word match
- Root word match
- EGW Collections
- All collections
- Lifetime Works (1845-1917)
- Compilations (1918-present)
- Adventist Pioneer Library
- My Bible
- Dictionary
- Reference
- Short
- Long
- Paragraph
No results.
EGW Extras
Directory
অধ্যায় ৩৬ - জেকবৰ আহুকাল
মই দেখিলো সিদ্ধপুৰুষ বিলাকে নগৰ সমূহ আৰু গাঁওসমূহ এৰিছে, আৰু দলবদ্ধ হৈ একেলগ হৈছে। আৰু অতিকে নির্জন ঠাইত বাস কৰিছে। দূতবিলাকে তেওঁলোকক খাদ্য আৰু পানী যোগাৰ কৰি দিলে, কিন্তু দুষ্টবোৰ ভোগ আৰু পিয়াহত কণ্ঠ পাই আছিল। তাৰ পিচত মই দেখিলো পৃথিবীৰ আগৰণুৱা সকলে একেলগহৈ আলোনো কৰিল, আৰু চয়তান আৰু তাৰ দূতবিলাকে তেওঁলোকৰ চাৰিওকাষে ব্যস্ত আছিল। মই দেখিল এখনি লেখ, আৰু দেশৰ বিভিন্ন ভাগত তাৰ প্ৰতিলিপি বোৰ বিস্তাৰিত হৈ, লিখিত নির্দেশ দিছে, যে যদি সিদ্ধ পুৰুষবিলাকে তেওঁলোকৰ অদ্ভুত বিশ্বাস ত্যাগ কৰে, বিশ্ৰামৰ দিন খনক পৰিত্যাগ কৰে আৰু প্রথম দিন খন মানি চলে, তেনেকোৱা এটা সময়ৰ পিচত, তেওঁলোকক মৃত্যু মুখত ঠেলিবলৈ, তেওঁলোক স্বাধীন আছিল। কিন্তু এই সময়ত সিদ্ধ পুৰুষ সকলে শান্ত আৰু সুস্থিৰহৈ, ঈশ্বৰত আস্থা ৰাখিছিল আৰু তেখেতৰ যোৱাৰ বাৱে এটা পথ ওলিওৱা হব। কোনো কোনো স্থানত, লিখিত আদেশ মান্য হোৱাৰ সময়ৰ আগতে, তেওঁলোকক হত্যা কৰিবলৈ দুষ্টমানুহবিলাকে সিদ্ধ পুৰুষ সকলৰ ওপৰত খেদা মাৰি আহিল, কিন্তু যুদ্ধৰ মানুহবিলাকৰ ৰূপত দূতবিলাকে তেওঁলোকৰ বাৱে লৰিয়। অতিপাত উচ্চ আসনৰ সিদ্ধ পুৰুষ সকলক নাশ কৰাৰ বিশেষ সুযোগ পাবলৈ চয়তানে আশা কৰিল( কিন্তু তেখেতৰ মানুহ বিলাকৰ ওপৰত নজৰ দিবলৈ ঈশ্বৰ তেখেতৰ দূতবিলাকক নির্দেশদিলে। কাৰণ ঈশ্বৰে তেওঁলোকৰ বাৱে ধৰ্মৰক্ষা ণ প্রতিজ্ঞা কৰি সন্মানিত হব আৰু তেওঁলোকৰ চাৰিওকাষে বিধৰ্ম্মীবোৰৰ সাক্ষাতত তেখেতৰ বিধি মানি চলিছিল( আৰু যীশুৱে সেই বিশ্বস্ত, ৰৈ থকা সকলক ৰূপান্তৰিত কৰি সন্মানিত হব। যি বিলাকে ইমানদিন তেওঁলোকৰ মৃত্যু নে দেখি, তেখেতৰ বাৱে বাট চাই থাকিল।GCam 193.1
ততালিকে মই দেখিলো সিদ্ধ পুৰুষ সকলে অতিকৈ মানসিক যাতনা ভোগ কৰিছে। জগতৰ দুষ্ট অধিবাসী সকলেৰে তেওঁলোকক বেৰি ধৰা যেন লাগিল। প্ৰতিখন ভেশ তেওঁলোকৰ বিৰূদ্ধে আছিল। দুষ্টবোৰৰ হাতেৰে অৱশেষে ধ্বংস হবলৈ ঈশ্বৰে যীশু ৰজাবিলাকৰ ৰজা, আৰু প্ৰভু সকলৰ প্ৰভু হিচাপে ৰাজত্ব কৰিবলৈ ধৰিব।GCam 194.1
যেনে যীশু আটহিকে পবিত্র স্থানৰ পৰা ওলাই পৰিল, মই শুনিলো তেখেতৰ পোচাকৰ ওপৰত ঘন্টাবোৰৰ জুন জুনান, আৰু যেনে তেখেতে স্থান ত্যাগ কৰিলে, পৃথিৱীৰ অধিবাসী সকলৰ এন্ধাৰৰ এটা ডাৱৰ আৱাবৰ ল’লে। তেতিয়া অপৰাধী মানুহ আৰু বিতুষ্ট ঈশ্বৰৰ মাজত কোনো মধ্যস্থ লোক না ছিল। যেতিয়া যীশু ঈশ্বৰ আৰু অপৰাধী মানুহৰ মাজত থিয় হৈ থাকিছিল, মানুহবিলাকৰ ওপৰত এটা প্ৰতিৰোধ আছিল( কিন্তু যেতিয়া যীশুৰ মানুহ আৰু পিতৃৰ মাজৰ পৰা ওলাই গলি, প্ৰতিৰোধ আছিল( কিন্তু যেতিয়া যীশুৰ মানুহ আৰু পিতৃৰ মাজৰ পৰা ওলাই গল, প্ৰতিৰোধটো আতঁৰ গল আৰু মানুহৰ ওপৰত চয়তানৰ নিয়ন্ত্রণ আছিল। যেতিয়া যীশু ধৰ্ম্ম মন্দিৰত পুৰুহিতালি কৰিল আপদীয়া বস্তুবোৰ নিগৰাই জলাৱাটো অসম্ভব আছিল( কিন্তু যেতিয়া তাত তেখেতৰ কামটো শেষ হ’(, যেনে তেখেতৰ মধ্যস্থতা শেষ হল, ঈশ্বৰৰ ক্ৰোধ ক্ষান্ত কৰিবলৈ একাৱে নে থাকে, আৰু এয়া সেই অপৰাধী পাপীৰ আশ্ৰয়হীন মূৰৰ উন্মত্ততাৰ সৈতে উদ্ভব হল, যি মুৰ্ত্তি অবজ্ঞা কৰিছে আৰু তিৰস্কাৰক ঘিন কৰিছে। সেই ভয়ানক সময়ত সিদ্ধ পুৰুষ বিলাকে, যীশুৰ মধ্যস্থতা শেষ হোৱাৰ পিছত, এজন পবিত্র ঈশ্বৰৰ দৃষ্টিত বাস কৰিছিল, এজন মধ্যস্থ লোকৰ অবিহনেই প্ৰতিটো মোকদ্দমা নিষ্পত্তি হল, প্রতি খন মণিমুক্ত গণা হল। যীশুৰে স্বৰ্গীয় ধৰ্ম্ম মন্দিৰৰ বাহিৰৰ কোঁঠালিত এক মূহুৰ্ত পলম কৰিল, আৰু যি পাপ সমূহ স্বীকাৰ কৰি লোৱা হৈছিল যেতিয়া তেখেতে আটাইজনক পবিত্র স্থানত আছিল, তেখেতে ঘূৰি পাপৰ সৃষ্টি কর্তা পিশাচৰ ওপৰত স্থাপন কৰিল। এইবোৰ পাপৰ শাস্তি তাক অবশ্যেই ভোগ কৰিব লাগিব।GCam 194.2
তেতিয়া মই দেখিলো যীশুৱে তেখেতৰ যাজকীয় কাপোৰ খুলি আৰু নিজকে তেখেতৰ আটাইতকৈ ৰাজকীয় পোচাকত সজায় - তেখেতৰ মূৰৰ ওপৰত বহুতো ৰাজ মুকুট আছিল, এটা ৰাজ মুকুটৰ ভিতৰত আনটো আৰু দূতৰ দলটোৰ বেৰি ধৰা হল। আৰু তেখেতে স্বৰ্গ ত্যাগ কৰিল৷ আপদীয়া বস্তুবোৰ পৃথিবীৰ অধিবাসী সকলৰ ওপৰত পৰি আছিল। কিছুমানে ঈশ্বৰৰ প্ৰকাশ্যভাবে নিন্দা কৰিছিল আৰু তেখেতক শান্ত দিছিল। আনবিলাকে ঈশ্বৰৰ মানুহবিলাকৰ ফালে বেগেৰে ঠেলি গল। আৰু তেওঁলোকক শিকাৰলৈ বিনতি কৰিল কেনেকৈ তেওঁলোকে ঈশ্বৰৰ বিচাৰৰ পৰা সাৰিব পাৰে।GCam 195.1
কিন্তু তেওঁলোকৰ বাৱে ধাৰ্ম্মিক সকলৰ একোৱে নাছিল। পাপী বিলাকৰ বাৱে শেষ চকুলো পতিত হৈছিল, শেষ যন্ত্রণাদায়ক প্রার্থনা উৎসর্গ কৰা হৈছিল। শেষ ভাৰ বহন কৰা হৈছিল। দয়াৰ মুধৰ মাত আৰু তেওঁলোকক আমন্ত্ৰণ ন জনায়। সতর্কীকৰণৰ শেষ নির্দেশ দিয়া হৈ গৈছিল। যেতিয়া সিদ্ধ পুৰুষ সকল, আৰু গোটেই স্বর্গ তেওঁলোকৰ মুক্তিতে আগ্ৰহী আছিল। নিজসকলৰ বাৱে তেওঁলোকৰ কোনো আগ্ৰহ কৰি, কিন্তু এয়া পাবলৈ কোনো চেষ্টা কৰা নাছিল। তেওঁলোকে জীৱন পচৰ কৰা নাছিল, আৰু তেজও নাই। কোনো দয়ালু ত্ৰাণকৰ্তা তেওঁলোকৰ বাৱে লড়িবলৈ ৰু কান্দিবলৈ নাই, ৰেহাই দিয়ক, পাপীক আৰু অলপ সময়ৰ বাৱে ৰেহাই দিয়ক। গোটেই স্বৰ্গখন যীশুৰ সৈতে একেলগ হৈছিল, যেনে তেওঁলোকে ভয়ানক কথাবোৰ শুনিলে, এয়া হৈছে, এয়া শেষ হৈগৈছে। মুক্তিৰ পৰিকল্পনাখন গ্ৰহণ কৰিবলৈ পচন্দ কৰিছিল। আৰু যেনে দয়াৰ মধুৰ মাত পাতল হৈ আহিল, এটা ভয়াতুৰ অৱস্থা আৰু আতঙ্ক তেওঁলোকক সাবটি ধৰিল। বৰ স্পষ্টকৈ তেওঁলোকে শুনে, বৰ দেৰী হৈ গৈছে। বৰ দেৰী হৈ গৈছে।GCam 196.1
যিবিলাকে ঈশ্বৰৰ কথাত মূল্য দিয়া নাছিল ইমূৰৰ পৰা সি মূৰলৈ লৰালৰি কৰিল। তেওঁলোকে সাগৰৰ পৰা সাগৰলৈ, উত্তৰৰ পৰা পূব দিশলৈ ঘূৰি ফুৰিল, প্রভুৰ কথা বিচাৰিবলৈ। দূতে কলে, তেওঁলোকে এইটো বিচাৰি নে পায়। দেশত আকাল দেখা দিছে, এয়া অন্নৰ আকাল বা পানীৰ পিয়াহ ন হয়। কিন্তু প্ৰভুৰ কথা শ্ৰবণৰ, ঈশ্বৰৰ ওচৰৰ পৰা অনুমোদনৰ এটা কথাৰ বাৱে তেওঁলোকে কিনোনি দিয়ে। কিন্তু ন হয়, তেওঁলোকক ভোক আৰু পিয়াহ অবশ্যেই লাগিব লাগে। নিতো তেওঁলোকে মুক্তি অবজ্ঞা কৰিছে। আৰু পাৰ্থিৱ আনন্দ আৰু পার্থিব ঐশ্বর্য্যকে কোনো স্বর্গীয় উদ্দেশ্য আৰু ঐশ্বর্য্যৰ পৰা বেচি মূল্য দিছে। তেওঁলোকে যীশুক অগ্রাহ্য কৰিছে আৰু তেখেতৰ সিদ্ধ পুৰুষ সকলক অবজ্ঞা কৰিছে। কদৰ্য্য চিৰদিনৰ বায়ে কাৰ্য্যই অবেশ্য থাকি যাব।GCam 197.1
দুষ্ট বিলাকৰ এটা ডাঙৰ অংশ অতিকৈ ক্রুদ্ধ হল। যেনে তেওঁলোক আপদীয়া বস্তুৱেৰৰ প্ৰভাৱসমূহ ভোগ কৰিল। এয়া আছিল ভয়লগা যাতনাৰ এখন দৃশ্য মাতৃপিতৃসকল তীব্রভাবে তেওঁলোকৰ সন্তান বিলাকক তিৰস্কাৰ কৰি আছিল, আৰু সন্তানবিলাকে তেওঁলোকৰ ভনীসকলক আৰু ভনী সকলে তেওঁলোকৰ ভ্ৰাতৃবিলাকক। প্রত্যেক দিশতে উচ্চৈস্বৰত কান্দোন শুনা গল। এয়া আছিল তুমি যি মোক সত্য গ্ৰহণ কৰাৰ পৰা আতঁৰত ৰাখিছিলা, যিটোৰে মোক এই ভয়ানক ক্ষণৰ পৰা উদ্ধাৰ কৰিলে হয়। মানুহ বিলাকে তীব্র ঘৃণাৰে ধৰ্মাচাৰ্য্য সকলৰ ওপৰত ঘূৰিল, আৰু এই বুলি তেওঁলোকক তিৰস্কাৰ কৰিলে, তোমালোকে আমালোকক সতর্ককৰি দিয়া নাই। তোমালোকে আমালোকক কলো যে, গোটেই জগত খন ধৰ্মান্তৰিত হবলৈ ধৰিছিল আৰু ঘোষণা কৰিলা। শান্তি, শান্তি প্রতিটো ভয়কে শান্ত কৰিবলৈ যিটো উদগাই দিয়া হৈছিল। এই (নৰ বিষয়ত তোমালোকে আমাক কোৱা নাই, আৰু যি বিলাকে ইয়াৰ বিষয়ত আমাক সতর্ক কৰিল, তোমালোকে কলা ধৰ্মান্ধ আছিল আৰু অনিষ্টকাৰী মানুহ আছিল যি সকলে আমালোকক ধ্বংস কৰিব। কিন্তু ধৰ্মাচাৰ্য্য সকলে, মই দেখিলো ঈশ্বৰ ক্রোধৰ পৰা সাৰি যোৱা নাছিল। তেওঁলোকৰ মানুহবিলাকৰ যাতনা ভোগৰ পৰা তেওঁলোকৰ যাতনাভোগ দহগুণ আছিল।GCam 197.2
এজেকিয়েল ৯:২-১১( ডেনিয়েল ৭:২৭( হোচিয়া ৬:৩( এমোচ ৮:১১-১৩( দৈববাণী অধ্যায় ১৬, ১৭:১৪ দেখক।GCam 198.1