Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অধ্যায় ২৭ - ধৰ্ম্ম মন্দিৰ

    তাৰপিচতে মোক ঈশ্বৰৰ মানুহ বিলাকৰ তীব্ৰ হতাশা দেখুওৱা হল। তেওঁলোকে আশা কৰা সময়ত যীশুক নে দেখিলো। তেওঁলোক নে জানে কিয় তেওঁলোকৰ ত্ৰাণ কৰ্ত্তা নাহিল। ভবিষ্যতবাণীৰ নির্দ্বাৰিত কাল কিয় শেষ হোৱা নাছিল তাৰ কোনো প্রমাণ তেওঁলোকে দেখিব নোৱাৰিলে। এজন দূতে ক’লে, ঈশ্বৰৰ কথা ব্যৰ্থ হৈছে নে ? ঈশ্বৰ তেখেতক প্রতিজ্ঞা পূৰাবলৈ ব্যর্থ হৈছে নে? নহয়, তেখেতে কৰা অঙ্গীকাৰৰ আটাই কেইটা তেখেতে পুৰাইছে। যীশুৰ উত্থান হল আৰু স্বৰ্গীয় ধৰ্ম্ম মন্দিৰৰ আটাইতকৈ পবিত্র স্থানটোৰ দুৱাৰ বন্ধ কৰি দিলে। তাৰ পিচত তেখেতে পবিত্র স্থানটোৰ ভিতৰলৈ যোৱা দুৱাৰ এখন খুলি দিলে আৰু ধৰ্ম্ম মন্দিৰ খন নিকা কৰিবলৈ ইয়াত প্ৰৱেশ কৰিলে। দূত জনে ক’লে, ধৈৰ্য্যৰে ৰৈ থকা সকলে ৰহস্যটো বুজিব। মানুহে ভুল কৰিছে, ইয়াত ঈশ্বৰৰ কোনো ব্যর্থতা নাই। ঈশ্বৰ প্ৰতিজ্ঞা কৰা সকলো কাম সম্পূৰ্ণ হৈছিল, কিন্তু ভুলেৰে মানুহে পৃথিৱী লৈ দৃষ্টি দিলে, এৱা ভাবি যে ভবিষ্যতবাণীৰ নিৰ্ধাৰিত কালৰ শেষলৈ ধৰ্ম্ম মন্দিৰ খন নিকা কৰা হব। মানুহৰ আশা বোৰেই ব্যর্থ হল, কিন্তু ঈশ্বৰৰ প্ৰতিজ্ঞা অকলে নহয়। হতাশ সকলৰ মন সকলো খিনিলৈ আগুৱাই নিবলৈ যীশুৰে তেখেতক দূত বিলাকক পঠিয়াই দিলে। তেখেতে এয়া কৰিল পবিত্র স্থানলৈ তেওঁলোককআকর্ষিত কৰাৰ বাৱে আৰু ইজৰাইলৰ বাবে বিশেষ প্ৰায়শ্চিত্ত কৰাৰ কাৰণে। যীশুৱে তেখেতৰ দূতবিলাকক কলে যে তেখেতক বিচাৰি পোৱা সকলোৱে তেখেতে কৰিবলৈ যোৱা কামটো বুজিব পাৰিব। মই দেখিলো যে যীশুৱে আটাইতকৈ পবিত্র স্থানত থকা সময়ত নতুন জেৰুজালেমৰ সৈতে তেখেতৰ সম্বন্ধ পিচত ৰাজকীয় ক্ষমতাৰে তেখেতে পৃথিবীলৈ নামিব আৰু নিজৰ ওচৰলৈ আনিব গুণকৰবিলাকক যি সকলে ধৈৰ্য্যৰে তেখেতৰ ঘূৰি অহালৈ ৰৈ আছিল।GCam 138.1

    তাৰ পিচত মোক দেখুওৱা হল স্বৰ্গত কি ঘটিল যেতিয়া ভবিষ্যতবাণীৰ নিদ্ধাৰিত কাল শেষ হল ১৮৪৪ চনত। মই দেখিলো যে পবিত্ৰ স্থানত যেনে যীশুৰ পৰিচৰ্যাৰ কামটো শেষ হল আৰু তেখেতে সেই ঘৰৰ দুৱাৰ খন বন্ধ কৰিল, এটা অতিকৈ এন্ধাৰ তেওঁলোকৰ ওপৰত পৰিল যি সকলে যীশুৰ আগমনৰ বাণী শুনি অগ্রাহ্য কৰিল আৰু তেওঁলোকৰ দৃষ্টিৰ পৰা তেখেতে ওলাই গল। তাৰ পিচত যীশু নিজকে বহুমূলীয়া কাপেৰেৰ সৈতে সজালে তেখেতৰ পোচাকৰ তলভাগৰ চাৰিওকাষে আছিল এটা ঘন্টা আৰু এটা ডালিম, তেওঁ তেখেতৰ কান্ধৰ পৰা ওলাম ৰাখিছিলএটা অপূৰ্ব্ব বুকুবৰি। যেনে তেখেতে চলা আৰম্ভ কৰিল, এয়া হীৰাৰ নিচিনা চকমকালে, সেই অ(বৰ কেইটাক ডাঙৰকৈ দেখুৱালৈ যিটো বুকুবৰিত লিখা বা অংকন কৰা নাম যেন লাগিল। তেখেতে পুৰাকৈ সজ্জিত হৈ যোৱাৰ পিচত মূৰৰ ওপৰত ৰাজমুকুটৰ নিচিনা দেখিবলৈ এটা বস্তু ৰাখিল, তেখেতক চাৰিও কাষে ঘেৰি ধৰিল দূতবিলাকে আৰু এটা জ্বলন্ত ৰথত দ্বিতীয় আৱৰণী খনৰ মাজত পাৰ হৈগল। তাৰ পিচত মোক স্বৰ্গীয় ধামৰ দুটা কোঠালী লৈ লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়া হল। পৰ্দা বা দুৱাৰে খন খুলি গল আৰু মোক প্ৰবেশ কৰিবলৈ অনুমতি দিয়া হল। প্রথম কোঁঠালীত মই সাতটা চাকিৰে সজা দীপাধাৰটো দেখিলো যিটোক মূল্যবান আৰু গৌৰৱান্বিত দেখালে। মই আৰু দেখিলো মেজখনত থকা উচৰ্গা কৰা পিঠা, ধূপৰ ভেঁটি আৰু ধূপধাৰ। এই কোঁঠালীৰ সকলো আচবাৱে অতিকৈ বিশুদ্ধ সােনেৰে নিৰ্মিত হোৱা যেন দেখালে আৰু এজনৰ প্ৰতিমূর্তি প্রতিবিম্ব হল যি জনে ঠাই খনত প্রবেশ কৰিল। এই কোঠালী দুটাক বেলেগ কৰা পৰ্দাটোক গৌৰৱান্বিত দেখালৈ। এৱা বিভিন্ন ৰং আৰু বস্তুৰ আছিল, এটা সুন্দৰ দাঁতিৰে, ইয়াৰ ওপৰত সোনৰ আকৃতিবোৰ ঢলা, দূত বিলাকক প্ৰতিনিধিত্ব কৰি। আৱৰণীখন উঠাই লোৱা হল আৰু মই দ্বিতীয় খন কোঁঠালী লৈ দৃষ্টি দিলো। মই তাত এখন পেৰা দেখিলো যিটোত বিশুদ্ধ (আটাইতকৈ) সেনেৰ উপস্থিতি যেন আছিল। দাঁতি হিচাপে পেৰাটোৰ ওপৰৰ চাৰিওকাষে আছিল ৰাজমুকুট প্রতিনিধিত্ব কৰা আটাইতকৈ ধুনীয়া কাম। এৱা আছিল বিশুদ্ধ সোনাৰ। পোৰাখনত দহটো আজ্ঞা বহন কৰা শিলৰ মেজ বোৰ আছিল। পেৰাখনৰ প্রত্যেক সীমাত এজনী ধুনীয়া ইয়াৰ ওপৰত তেওঁলোকৰ উঠাই একে আনটো যীশুৰ মূৰৰ ওপৰত স্পৰ্শ কৰিল, যেতিয়া তেখেতে পেৰাখনৰ ওচৰত থিয় হল। তেওঁলোকে মুখামুখী হৈ তলৰ ফালে পেৰা খনলৈ দৃষ্টি দিলে, সকলো স্বৰ্গীয় দূতক প্রতিনিধিত্ব কৰি যি সকলে আগ্ৰহেৰে ঈশ্বৰৰ আইন লৈ চাই আছিল। পৰী দু জনীৰ মাজত আছিল এটা সোনালী ধুপাধাৰ। খেপেন বিশ্বাসত সিদ্ধ পুৰুষসকলৰ প্ৰাৰ্থনা যীশুৰ ওচৰলৈ আহিল, আৰু তেখেতে সেইবোৰ তেখেতৰ পিতৃলৈ আগ কৰিল। ধূপটোৰ পৰা এটা মিঠা সুগন্ধি ওলাই আহিল। এৱা ধুনীয়া ৰংবোৰ ধোঁৱাৰ নিচিনা দেখালে। পেখনৰ অগত যীশু থিয় হৈ থকা স্থানৰ ওপৰত মই এটা অধিক উজ্জ্বল গৌৰব দেখিলো যিটোৰ ওপৰত মই দৃষ্টি দিব নোৱাৰিলো। ইয়াক এখন আসন যেন লাগিল যত ঈশ্বৰ থাকে। যেনে সেই ধূপ ওপমুখীয়া হৈ পিতৃলৈ আহিল। সেই উৎকৃষ্ট গৌৰব পিতৃৰ আসনৰ পৰা যীশু লৈ আহিল। আৰু যীশুৰ পৰা এয়া সেই সকলৰ ওপৰত পৰিল যি সকলৰ প্ৰাৰ্থনা মিঠা ধূপৰ নিচিনা উঠি আহিছিল। মূল্যবান ওপৰচোৱা অবস্থাত পোহৰ আৰু গৌৰব যীশুৰ ওপৰত পৰিল, দেৱ সিংহাসন খনক আঁৰ কৰিল আৰু গৌৰৱৰ লানিৱে মন্দিৰ খনক পূৰ কৰিল। মই অধিক সময় লৈ সেই গৌৰৱলৈ দৃষ্টি দিব নোৱাৰিলো। কোনো ভাষায়ে এৱা বর্ণণ কৰিব নোৱাৰে। মই মেৰাই ধৰতে দৃশ্যখনৰ ঐশ্বর্য্য আৰু গৌৰবৰ পৰা ওলটি গলো।GCam 139.1

    মোক পৃথিবীৰ ওপৰত দুটা কোঁঠালী থকা এখন ধৰ্ম্ম মন্দিৰ দেখুওৱা হল। এটা স্বৰ্গত থকাটোৰ অনুৰূপ আছিল। মোক কোৱা হল যে স্বর্গীয় আকৃতিৰ নিচিনা এয়া হল। পার্থিব ধৰ্ম্ম মন্দিৰ। পার্থিব আৰু স্বর্গীয় ধৰ্ম্ম মন্দিৰৰ প্ৰথম কোঁঠালি আছিল অনুরূপ আৱৰণটো উঠাই লোৱা হল আৰু মই পবিত্ৰ বোৰৰ পবিত্ৰ লৈ দৃষ্টি দিলে আৰু দেখিলো যে ইয়াত থকা আচবাৰ স্বৰ্গীয় ধর্ম মন্দিৰৰ আটাইতকৈ পবিত্র স্থানৰ নিচিনা একেই আছিল। পুৰোহিত বিলাকে পার্থিবৰ উভয় কোঁঠালিতেই পৰিচৰ্য্যা কৰিল। প্রথম কোঁঠালিত, তেওঁ বছৰৰ প্ৰতিটো দিনতেই পৰিচৰ্য্যা কৰিল, কিন্তু বছৰত এবাৰ আটাইতকৈ পবিত্ৰ স্থানত প্ৰৱেশ কৰিল, ইয়াক পাপসমূহৰ পৰা নিকা কৰিবলৈ যি বোৰ তাত লৈ যাৱা হৈছিল। মই দেখিলো যে যীশুৱে স্বৰ্গীয় ধৰ্ম্ম মন্দিৰৰ উভয় কোঠালিৰে পৰিচৰ্য্যা কৰিল। তেখেতে নিজৰ তেজৰ বলিদানেৰে স্বৰ্গীয় ধৰ্ম্মমন্দিৰত প্ৰৱেশ কৰিল। মৃত্যুৰ দ্বাৰা পার্থিব পুৰোহিত বিলাকক আঁতৰাই দিয়া হল, এতেকে তেওঁলোক দীর্ঘ সময়লৈ চলাৱ নোৱাৰিলে। কিন্তু যীশু আছিল চিৰকালৰ বাবে এজন পুৰোহিত পার্থিব ধৰ্ম্ম মন্দিৰ লৈ অনা উচৰ্গা আৰু বলিদানৰ যোগেদি ইজৰাইলৰ শিশুবিলাকে আগত ত্রাণকর্তাৰ গুণবোৰ ধৰিবলৈ আছিল। ঈশ্বৰৰ জ্ঞানত বিশেষ কামবোৰ আমাক দিয়া হৈছিল যাতে আমি সেই বোৰলৈ দৃষ্টিঘূৰাব পাৰে। আৰু স্বৰ্গীয় ধর্ম মন্দিৰত যীশুৰ কামখিনি বুজিব পাৰো।GCam 141.1

    ক্রচবিদ্ধ হোৱাৰ সময়ত, যেনে কেলভেৰিত যীশুৰ মৃত্যু হল, তেখেতে ঘোষণা কৰিলে, এয়া নাশ হৈছে আৰু মন্দিৰৰ আৱৰণী খন ফাটি দুফাল হৈ গল। ওপৰৰ পৰা তললৈ। এয়া আছিল এইটো বুজাবলৈ যে পার্থিব ধৰ্ম্ম মন্দিৰ খনৰ সেৰা চিৰকালৰ বাৱে শেষ হল আৰু তেওঁলোকৰ উগা গ্ৰহণ কৰাৰ বাৱে ঈশ্বৰ কেতিয়াও তেওঁলোকৰ ধৰ্ম্ম মন্দিৰত তেওঁলোক সাক্ষাৎ ন কৰে যীশুৰ ৰক্তশ্ৰাৱ হল যিটো তেখেতক স্বর্গীয় ধর্ম মন্দিৰ খনত নিজেই পৰিচৰ্য্যা কৰিব লাগিব। যেনে পার্থিব ধৰ্ম্ম মন্দিৰত পুৰোহিত বিলাকে এয়া নিকা কৰিবলৈ আটাইতকৈ পবিত্র স্থানত বছৰত এবাৰ প্ৰবেশ কৰিল, যীশুৱে স্বৰ্গীৱ খনৰ আটাইতকৈ পবিত্ৰ স্থানত ১৮৪৪ চনত প্ৰবেশ কৰিলে অষ্টম দেনিয়েলৰ ২৩০০ দিন উকলি যোৱাৰ পিচত। এয়া আছিল সকলোৰে বাৱে শেষ প্ৰায়শ্চিত্ত যি সকলে তেখেতক ধ্যানেৰে লাভ ৱান হব আৰু ধৰ্ম্মমন্দিৰ খন নিকা কৰিবলৈ।GCam 142.1

    প্রস্থান অধ্যায় - ২৫- ২৮( লেভিটি কাচ অধ্যায় ১৬( ২ ৰজাবিলাক ২:১১( ডেনিয়েল ৮:১৪( মেথিউ ২৭:৫০-৫১( হেব্রুজ অধ্যায় ৯ ( দৈববাণী অধ্যায় ২৯ দেখক।GCam 143.1

    Larger font
    Smaller font
    Copy
    Print
    Contents